Public App Logo
Jansamasya
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
No video available

মাহমৰা: নিৰ্বাচনৰ পুৰ্বে জনজাতিকৰণ প্ৰদান নকৰিলে বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ মৰাণহাটত হুংকাৰ আহোম জাতীয় গণমঞ্চৰ

Mahmora, Charaideo | Feb 5, 2024
২০২৪ ৰ লোকসভাৰ নিৰ্বাচনৰ পুৰ্বে জনজাতিকৰণ প্ৰদান নকৰিলে বিজেপিক প্ৰত্যুত্তৰ দিয়াৰ মৰাণহাটত হুংকাৰ আহোম জাতীয় গনমঞ অসমৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকন ভূঞাৰ।বাৰে বাৰে প্ৰতিশ্ৰুতি দি অহা বিজেপি চৰকাৰক ২০২৪ ৰ লোকসভাৰ নিৰ্বাচনৰ পুৰ্বে ৬ জনগোষ্ঠীক জনজাতিকৰনৰ দাবী নেতা গৰাকীৰ ।