Public App Logo
Jansamasya
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
No video available

মাহমৰা: মাহমৰা কংগ্ৰেছৰ সভাপতিৰ উপস্থিতিত দিচাংপানীত মণ্ডল কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ সাংগাঠনিক সভা সম্পন্ন

Mahmora, Charaideo | Feb 4, 2024
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত দিচাংপানীত আজি বিয়লি দিচাংপানী মণ্ডল কংগ্ৰেছৰ এখনি গুৰুত্বপূৰ্ণ সাংগাঠনিক সভা অনুষ্ঠিত হয় ৷ দিচাংপানী মণ্ডল কংগ্ৰেছৰ সভাপতি কেশৱ দূৱৰাৰ সভাপতিত্বত অনুষ্ঠিত এই সাংগাঠনিক সভাত মাহমৰা ব্ল'ক কংগ্ৰেছৰ সভাপতি কেশৱ গগৈ উপস্থিত থাকি আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্ৱে দলৰ সাংগাঠনিক ভেটি মজবুট কৰিবলৈ দলীয় কৰ্মীসকলক আহ্বান জনায় ৷ সভাত দিচাংপানী মণ্ডল কংগ্ৰেছৰ আন আন বিষয়ববীয়াসকলৰ লগতে দলীয় কৰ্মীসকল উপস্থিত থাকে ৷