পূব ডিব্ৰুগড়: মহানগৰৰ থানাচাৰিআলিৰ উৰণসেঁতুৰ সমীপত খুজেৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলত গুৰুতৰ ভাৱে আহত এজন
মহানগৰৰ থানাচাৰিআলিৰ উৰণসেঁতুৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাত। উৰণসেঁতুৰ সমীপত খুজেৰে গৈ থকাৰ অৱস্থাত এজন ব্যক্তিক পিছফালৰ পৰা এখন বাহনে খুন্দা মাৰি বাহন খনে পলায়ন কৰে। আজি মঙ্গলবাৰে নিশা ৯:৩০ মিনিটত সংঘটিত হৈছে দুৰ্ঘটনাটো। দুৰ্ঘটনা টোৰ ফলত গুৰুতৰ ভাৱে মূৰত আঘাটপ্ৰাপ্ত হৈছে ব্যক্তি জনৰ। আৰক্ষী উপস্থিত হৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে আঘাটপ্ৰাপ্ত ব্যক্তি জনক