Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
जनसमस्या
चुनाव
बीजेपी
भाजपा
Congress
Modi
Delhi
Viral
Up
Iyc
Bollywood
Patna
Breakingnews
महिला
Narendramodi
Nitishkumar
Madhya_pradesh
Mp
Madhyapradesh
Ahmedabad
Pmmodi
Rahulgandhi

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰ আঞ্চলিক বাথৌ থানচালিত উপস্থিত অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা

Goreswar Part, Baksa | Aug 12, 2025
মংগলবাৰে আবেলি ৪ মান বজাত তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বাথৌফুৰিত থকা গোৰেশ্বৰ আঞ্চলিক বাথৌ থানচালিত উপস্থিত হয় অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই।থানচালিত উপস্থিত থাকি সমুহিয়া আৰজতো অংশ লয় যুৱ আয়োগৰ সদস্য গৰাকীয়ে।অনুষ্ঠানত বিজেপিৰ জিলা এছটি মৰ্চাৰ সাধাৰণ সম্পাদক দেৰহাচাৎ নাৰ্জাৰীয়েও উপস্থিত থাকে।অনুষ্ঠানত বহু লোকে অংশ গ্ৰহণ কৰে।

MORE NEWS

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰ আঞ্চলিক বাথৌ থানচালিত উপস্থিত অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মা - Goreswar Part News