শিৱসাগৰ: সেৱা সপ্তাহ উপলক্ষে জয়সাগৰত জিলা বিজেপি যুৱ মৰ্চাৰ উদ্যোগত ৰক্তদান কাৰ্যসূচী
সেৱা সপ্তাহ উপলক্ষে জয়সাগৰত জিলা বিজেপি যুৱ মৰ্চাৰ উদ্যোগত ৰক্তদান কাৰ্যসূচী । জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত এই কাৰ্যসূচী ৰূপায়িত কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৫ সংখ্যক জন্ম দিন উপলক্ষে । ইয়াৰোপৰি শিৱসাগৰ জিলা বিজেপিৰ সভাপতি বিতোপন ৰাইদঙীয়াৰ নেতৃত্বত এটি দল গৈ চিকিৎসালয় খনৰ অধীক্ষকৰ সতে মত বিনিময় কৰাৰ লগতে বিভিন্ন সা-সুবিধাৰ সন্দৰ্ভত মিলিত হয় আলোচনাত ।