দিছপুৰ: আজিৰে পৰা শুভাৰম্ভ হ'য় খাদ্য সুৰক্ষা আঁচনি কলাক্ষেত্ৰত মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আজিৰে পৰা শুভাৰম্ভ হ'য় খাদ্য সুৰক্ষা আঁচনি কলাক্ষেত্ৰত মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।হিতাধিকাৰীয়ে সুলভ মূল্যত লাভ কৰিব মচুৰ দাইল, চেনি, নিমখ ।মচুৰ দাইল প্ৰতি কিলোত ৬৯ টকা, চেনি প্ৰতি কিলো ৩৮ টকা, নিমখ প্ৰতি কিলো ১০ টকাত যোগান ধৰা হ'ব ।১০ নৱেম্বৰৰ পৰা ৰাজ্যৰ সকলো সুলভ মূল্যৰ দোকানত উপলব্ধ হ'ব এই কেইখাদ্য সামগ্ৰী ।