শিৱসাগৰ: জনজাতিকৰণৰ দাবীত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ শিৱসাগৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী
জনজাতিকৰণৰ দাবীত শিৱসাগৰত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী । শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়িত কৰে তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী সংগঠনটোৱে । সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন শিৱসাগৰ জিলা সমিতিৰ লগতে মটক মহিলা পৰিষদৰ সহযোগত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচী ।