শিৱসাগৰ, চৰাইদেউ, নাজিৰাৰ বানপীড়িতৰ কাষত মাজুলীৰ অন্যতম সামাজিক সংস্থা "সৃষ্টি এক সমন্বয়ৰ যাত্ৰা' মাজুলী: প্ৰায় ৫০০ পৰিয়ালক বানসাহাৰ্য্য বিতৰণ
শিৱসাগৰ, চৰাইদেউ আৰু নাজিৰাৰ অতি স্পকাতৰ দুৰ্গম অঞ্চলত "সৃষ্টি এক সমন্বয়ৰ যাত্ৰাৰ সদস্য সকলে খাদ্য সামগ্ৰী, কাপোৰ, চেনিটেৰী পেড আদি বিতৰণ কৰে -----