Public App Logo
Jansamasya
National
Vandebharatexpress
Didyouknow
Shahdara
New_delhi
Delhi
South_delhi
Worldenvironmentday
Beattheheat
Beatncds
Stopobesity
Hiv
Aidsawareness
Oralhealth
Mentalhealth
Seasonalflu
Worldimmunizationweek
Healthforall
Sco
Blooddonation
Saynototobacco
Vayvandanacard
Ayushmanbharat
Tbmuktbharat
Pmjay
Jansamasya
Liverhealth
Sicklecellawareness

শিৱসাগৰ: মাৰোৱাৰী সমাজৰ উদ্যোগত শিৱসাগৰত অনুষ্ঠিত সাত দিনীয়া অবিৰত ভাগৱত পাঠৰ সামৰণি

Sibsagar, Sivasagar | Sep 15, 2025
মাৰোৱাৰী সমাজৰ উদ্যোগত শিৱসাগৰত অনুষ্ঠিত সাত দিনীয়া অবিৰত ভাগৱত পাঠৰ সামৰণি । শিৱসাগৰ নগৰৰ পৰা অবিৰত ভাগৱত পাঠ সাত দিনীয়া কৈ অনুষ্ঠিত কৰি এক দৃষ্টান্ত দাঙি ধৰে মাৰোৱাৰী সমাজে। বৰ্তমান অসমীয়া সমাজৰ ৰীতি- নীতি পৰম্পৰা আদৰি লৈছে শিৱসাগৰত মাৰোৱাৰী সমাজে । ভাগৱত পাঠৰ ভাগৱত মুৰত লৈ ভ্ৰমণ কৰি ভাগৱত পাঠৰ সামৰণিৰ পাছত চমজাই অসমীয়া সমাজৰ নামঘৰত পুনৰ প্ৰতিষ্ঠাৰ বাবে ।

MORE NEWS