ধুবুৰী ভাগ: চহৰত সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ ৩১ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন অনুষ্ঠিত
ধুবুৰী পুথিভঁৰাল সভাগৃহত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হয় সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ ৩১ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন ৷ ৰাতিপুৱা সংগঠনৰ পতকা উত্তোলন,প্ৰতিনিধি সভাৰ বৈঠক,মুকলি সভা আৰু সম্বধনা অনুষ্ঠান,মুখ্য অতিথি আৰু বিশিষ্ট অতিথিৰ ভাষণকে আদি কৰি কেইবাটাও কাৰ্য্যসূচী হাতত লোৱা হয়।