মাৰ্ঘেৰিটা: জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত ডিগবৈ পাৰ্থ সাৰথি আৰ্ট ছছাইটিত অভিনৱ প্ৰতিবাদ ছছাইটিৰ শিক্ষাগুৰু, শিক্ষাৰ্থীৰ
জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত সোমবাৰে দুপৰীয়া প্ৰায় ১ বজাত ডিগবৈ পাৰ্থ সাৰথি আৰ্ট ছছাইটিত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । ছছাইটি ৰ শিক্ষাগুৰু শিক্ষাৰ্থী য়ে জুবিন গাৰ্গৰ চিত্ৰ অংকন কৰি শিল্পী গৰাকীক স্মৰণ কৰে। ছছাইটি ৰ লগত জড়িত বিশিষ্ট চিত্ৰ শিল্পী পাৰ্থ সাৰথি দত্তই জুবিন গাৰ্গ চিত্ৰ অংকন কৰি শিল্পী জনৰ মৃত্যু ৰ উচিত তদন্ত কৰি ন্যায় প্ৰদান কৰিবলৈ দাবী জনাই।