Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow

আজাৰা: বৰঝাৰ বিমানবন্দৰত ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

বৰঝাৰ বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। দিল্লীৰ পৰা বিমানবন্দৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে বিমানবন্দৰত থকা ভূপেন হাজৰিকাৰ ছবিত শ্ৰদ্ধা নিবেদন কৰে।