ধুবুৰী ভাগ: গৌৰীপুৰত আৰক্ষীৰ জালত সুলভ মূল্যৰ চোৰাং বগা চাউলৰ বাহন সহ দুই সৰবৰাহকাৰী আটক
সুলভ মূল্যৰ চৰকাৰী চাউল এতিয়া বিক্ৰি হৈছে কলা বজাৰত। গৰিব দুখীয়াৰ বিনামূলীয়া চৰকাৰী বগা চাউলৰ বিক্ৰী কৰাত নামিছে এতিয়া একাংশ দুষ্ট চক্ৰই। গৌৰীপুৰ আৰক্ষীৰ এক গোপন অভিযানৰ ভিত্তিত আলমগঞ্জ অঞ্চলৰ পৰা এখন বগা চাউল ভৰ্ত্তি ট্ৰাক জব্দ কৰে। জব্দ কৰা বাহন খনৰ পৰা চৰকাৰী চাউলৰ বস্তা সলাই বেলেগ বস্তাত ভৰাই ৰক্ষা অৱস্থাত চোৰাং বগা চাউলৰে ভৰ্ত্তি বাহন খন জব্দ কৰে আৰ