মঙ্গলবাৰে সন্ধ্যা প্ৰায় ৭ বজাত মাৰ্ঘেৰিটাত টাই আহোম ঐক্যমঞ্চই এক সংবাদমেল সম্বোধন কৰে । সংবাদ মেলত ৯ নৱেম্বৰত মাৰ্ঘেৰিটাৰ চুকাফা প্রতিমূর্তি স্থানৰ পৰা উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চলৈ। জনজাতিকৰণৰ দাবীত টাই আহোম জনগোষ্ঠীয়ে বিশাল জোঁৰ সমদল বাহিৰ কৰাৰ ঘোষণা কৰে । জনজাতিকৰণৰ দাবীত পুনৰ উত্তাল প্ৰতিবাদৰ হুংকাৰ টাই আহোম জনগোষ্ঠীৰ