বাক্সা: বাক্সাত ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম ১৫০ বৰ্ষ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত বাক্সাত ভাৰতীয় জনতা পাৰ্টিয়ে পালন কৰা অনুষ্ঠান
Baska, Baksa | Nov 11, 2025 বাক্সাত ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম ১৫০ বৰ্ষ সম্পূৰ্ণ হোৱাৰ শুভক্ষণত আজি বাক্সাত ভাৰতীয় জনতা পাৰ্টিয়ে পালন কৰা অনুষ্ঠানত উপস্থিত থাকে বাক্সা জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ভিক্টৰ কুমাৰ দাস আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে ।