মৰিয়নি: তৃতীয় বাৰ্ষিক আদিবাসী শান্তি চুক্তি দিৱস মৰিয়নিৰ মহাদেৱ আগৰৱালা ক্ৰীড়া ক্ষেত্ৰত উলহ মালহেৰে উদযাপন
Mariani, Jorhat | Sep 15, 2025 তৃতীয় বাৰ্ষিক আদিবাসী শান্তি চুক্তি দিৱস মৰিয়নিৰ মহাদেৱ আগৰৱালা ক্ৰীড়া ক্ষেত্ৰত উলহ মালহেৰে উদযাপন । সাংসদ , বিধায়কৰ উপস্থিতিত মৰিয়নি ত আজি উলহ মালহেৰে উদযাপন কৰা হয় আদিবাসী শান্তি চুক্তি দিৱস । আজি ঐতিহাসিক আদিবাসী শান্তি চুক্তি দিৱস । তৃতীয় বাৰ্ষিক আদিবাসী শান্তি চুক্তি দিৱসত মৰিয়নি মহাদেৱ আগৰৱালা ক্ৰীড়া ক্ষেত্ৰত এক উদুলি মুদুলি পৰিবেশ ।