ধুবুৰী সমষ্টিৰ বিভিন্ন অঞ্চলৰ লগতে ধুবুৰী সমষ্টিৰ মাজেৰচৰ চলাকুৰা কঅঞ্চলত সমাগত ২০২৬’ৰ নিৰ্বাচন সন্দৰ্ভত মত বিনিময় কৰে ৰাজ্যিক যুৱ কংগ্ৰেছৰ সম্পাদক কাজী মাহমাদুল হাছানে । বিভিন্ন অঞ্চলত অনুষ্ঠিত হোৱা মত বিনিময় অনুষ্ঠানত শ’শ ৰাইজে অংশগ্ৰহণ কৰে ৷ ইপিনে উক্ত কাৰ্য্যসূচীত ২০২৬ চনত হবলগীয়া বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ আশাবাদী প্ৰাৰ্থী তথা যুৱ কংগ্ৰেছৰ ৰাজ্যিক