অসম গন পৰিষদ ভাষিক সংখ্যালঘু পৰিষদৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মুছলমান সমাজেও নিজৰ ধৰ্মীয় পোছাক যেনে— বগা টুপি আৰু পাঞ্জাবী পৰিধান কৰি অসমৰ প্ৰিয় কণ্ঠ, অসমীয়াৰ গৌৰৱ, প্ৰাণৰ শিল্পী জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে তেখেৰ আত্মাৰ শান্তি কামনা কৰি মোনাজাত তথা আমিন ধৰি আল্লাহৰ ওপৰত দোৱা প্ৰাৰ্থনা কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত হিন্দু