Public App Logo
Jansamasya
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
No video available

মাহমৰা: চৰকাৰে জৰিমনা দিলেও, জে'ল দিলেও 'কা'-ৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব, মৰাণহাটত এজেৱাইচিপিৰ জিলা উপসভাপতিৰ হুংকাৰ

Mahmora, Charaideo | Mar 1, 2024
চৰাইদেউ জিলাৰ মৰাণহাটত 'কা'- আইনৰ বিৰুদ্ধে আজি নিশা নিজৰ স্থিতি স্পষ্ট কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উপসভাপতি পল্লৱ শৰ্মাই ৷ চৰকাৰে জৰিমনা দিলেও, জে'ল দিলেও অসমৰ ৰাইজৰ স্বাৰ্থত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সংগ্ৰাম কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব বুলি হুংকাৰ দিয়ে ছাত্ৰনেতাজনে ৷

MORE NEWS