Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Coronavirus
किसान
कांग्रेस
मौत
Accident
Congress
Modi
Delhi
Viral
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Kerala
Rahulgandhi
Chhattisgarh
Uttarpradesh
Haryana

গোৰেশ্বৰ ভাগ: নাওকাটাত কংগ্ৰেছৰ যোগদান আৰু কৰ্মী সভাত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

Goreswar Part, Baksa | Aug 16, 2025
তামুলপুৰ জিলাৰ ১৯ নং শুক্লাই চেৰফাঙ পৰিষদীয় সমষ্টিৰ নাওকাটাত শনিবাৰে দিনৰ ৩মান বজাত অনুষ্ঠিত হয় কংগ্ৰেছ দলৰ যোগদান আৰু কৰ্মী সভা।সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰি ভাষণ দিয়ে।উক্ত সভাত উপস্থিত থাকি ভাষণ দিয়ে বিধায়ক ৰেকিবুদ্দিন আহমেদ নন্দিতা দাস আৰু দিগন্ত বৰ্মনে।সভাত উপস্থিত থাকি শাসকিয় বিজেপি ইউপিপিএল আৰু বিপিএফ দলক কৰে তীব্ৰ সমালোচনা।সভাত বহুলোকৰ সমাগম ঘটে।

MORE NEWS