হোজাই: মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে হোজাইত,ভণ্ড কবিৰাজৰ কামনাৰ বলি হল এগৰাকী নাবালিকা
Hojai, Hojai | Jul 31, 2025 মানৱ সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে হোজাইত।ভণ্ড কবিৰাজৰ কামনাৰ বলি হল এগৰাকী নাবালিকা।ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বৃহস্পতিবাৰে নিশা প্ৰায় ৯মান বজাত সংবাদ মাধ্যমত মন্তব্য প্ৰকাশ।উল্লেখ্য কবিৰাজি কৰাৰ ছলেৰে নগাওঁৰ এগৰাকী ১৭বছৰীয়া নাবালিকা ধৰ্ষণ কৰাৰ অভিযোগ ভণ্ড কবিৰাজৰ বিৰুদ্ধে।ধৃত ভণ্ড কবিৰাজজনৰ নাম মকচুদ আলী লস্কৰ ওৰফে এম এ লস্কৰ।ঘটনা সন্ধৰ্ভত হোজাই আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ।ভুক্তভোগী পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে মকচুদ আলী লস্কৰক বি