Public App Logo
Profile Picture

হোজাইৰ সাংবাদিক

@prasanta98780
41268Followers
0Following
হোজাই: শ্ৰীমন্ত শংকৰদেৱনগৰত সেৱা জ্যোতি কলহ যাত্ৰাত অংশগ্ৰহণ কৰি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য
হোজাই: শ্ৰীমন্ত শংকৰদেৱনগৰত সেৱা জ্যোতি কলহ যাত্ৰাত অংশগ্ৰহণ কৰি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য
হোজাই: ৪দিনীয়া কাৰ্যসূচীৰে গীতাশ্রমত অনুষ্ঠিত কৰা হব ৰাষ্ট্ৰীয় যোগা প্ৰতিযোগিতা,আয়োজক সমিতিৰ সংবাদমেল
ডবকা: মোৰাঝাৰৰ চামৰালি টোপ গাঁৱত বন বিভাগে অভিযান চলাই অবৈধ বাৱে ৰখা বৃহৎ পৰিমাণৰ কাঠ খৰি জব্দ কৰে
হোজাই: ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত উত্তেজনা, মন্তব্য
হোজাই: ধনুহাৰ বস্তিৰ দেৱৰাজ শাহুৰ বাসগৃহত নিশা চোৰে লুটি লৈ যায় নগদ ধন সহ সোণৰ আ-অলংকাৰ
হোজাই: ৪.৯প্ৰাবল্যৰ ভূমিকম্পয় পুৱতি নিশা ৪বাজি ২৩মিনিটত জোকাৰি গল সমগ্ৰ হোজাই অঞ্চল
ডবকা: এন্ধাৰৰ সুযোগলৈ চাংমাজী গাঁও পঞ্চায়তৰ উপ-সভাপতি আব্দুল কাদিৰৰ বাসগৃহৰ পৰা চোৰে লৈ গ’ল এখন পালছাৰ ১৮০ বাইক,মন্তব্য প্ৰকাশ
হোজাই: ঠিকাদাৰবস্তিৰ পৰা ডবকালৈ যোৱা পথত মেৰামতিৰ নামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ
হোজাই: ঠিকাদাৰবস্তি কালী মন্দিৰৰ পৰা চোৰে লুটি লৈ যায় প্ৰায় ২লক্ষাধিক টকাৰ মা কালীৰ সোণৰ আ-অলংকাৰ
হোজাই: হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ৩২তম দ্বি-বাৰ্ষিক অধিবেশন উপলক্ষে হোজাইত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদকৰ মন্তব্য
ডবকা: জিলাখনৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ ২৫ টা পঞ্চায়তৰ হিতাধিকাৰী সকলৰ উপস্থিতিত সেৱা সেতু অভিযান,আয়ুক্তৰ মন্তব্য
হোজাই: আৰক্ষীয়ে গোবিন্দপুৰত অভিযান চলাই গাঞ্জা সহ আটক কৰে দুগৰাকী মহিলাক
হোজাই: যোৱাকালি হোজাই নভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকী অৱশেষত মৃত্যুক আঁকোৱালি লয়
হোজাই: এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ বিধায়ক শিলাদিত্য দেৱ,বিধায়কৰ কাৰ্য্যালয়ত সংবাদমেল পাতি বিধায়কৰ বিস্ফোৰক
হোজাই: সেৱা সংকল্প অভিযান'ৰ অধীনত “সেৱা সেতু অভিযান”, বিধায়ক শিলাদিত্য দেৱৰ মন্তব্য
ডবকা: হাজী আনফৰ আলী কলেজৰ ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক
হোজাই: গান্ধী জয়ন্তীৰ পবিত্ৰ ক্ষণত জিলা আয়ুক্ত কাৰ্যালয় চৌহদতমহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন জিলা আয়ুক্তৰ
হোজাই: নভঙাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ এগৰাকী মহিলা
লংকা: সুৰক্ষাৰপ্ৰতি লক্ষ্য ৰাখি লামডিং ৰেলৱে ষ্টেচনত ৰেলৰ যাত্ৰীৰ সুৰক্ষাৰ বাৱে সচেতনতা বৃদ্ধি
লংকা: অন্ধবিশ্বাস আতৰাবলৈ কৃষ্ণ বৰা বিএড কলেজৰ প্ৰশিক্ষাৰ্থী সকলে লংকা চহৰত অনুষ্ঠিত কৰে বাটৰ নাট
হোজাই: কুমুৰাকটাৰ পৰা নিৰুদ্দেশ এজন কিশোৰ, কিশোৰজনৰ নাম ডিমালু কেম্প্ৰায়, মাতৃৰ মন্তব্য
হোজাই: ওৱাৰীগেডিং স্থিত ১০৩ বছৰীয়া উপেন্দ্ৰ বিশ্বাসৰ বাসগৃহত উপস্থিত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য
হোজাই: নিচামুক্ত ভাৰত সংকল্প অভিযানৰ সফল কৰিবলৈ হোজাইত পদ যাত্ৰাত অংশগ্ৰহণ অসমৰ ৰাজ্যপাল  শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ
হোজাই: ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ব বিদ্যালয়ত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য,সংবাদ মেলৰ আয়োজন