নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বুধবাৰে বিয়লি প্ৰায় তিনি মান বজাত আশা অভিবৰ্তন -২০২৫ অনুষ্ঠিত হয়। জনসাধাৰণক জনস্বাস্থ্যসেৱা ব্যৱস্থাৰ সৈতে সংযোগ কৰে আৰু সমাজখনক সুৰক্ষা দিয়াৰ বাবে সৈনিক হিচাপে কাম কৰে স্বাস্হ্য কৰ্মী তথা আশা কৰ্মী সকলে। বুধবাৰে বিয়লি নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত, প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ফটোত বন্তি প্ৰজ্বলন শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুস্থিত হয় আশা অভিবৰ্তন -২০২৫। উক্ত অনুষ্ঠানত বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে বহু কেইগৰাকী বিশিষ্ট গন্য মান