ধুবুৰী ভাগ: গৌৰীপুৰত অবৈধ ৰঙা মাটি ভৰ্তি তিনিখন ডাম্পাৰ জব্দ
মটেৰঝাৰ অঞ্চলত বন বিভাগে জব্দ কৰে তিনিখনকৈ ৰঙা মাটি ভৰ্তি ডাম্পাৰ।ধুবুৰী বন সংমণ্ডল কাৰ্য্যালয়ৰ অন্তৰ্গত মটেৰঝাৰ আৰু গৌৰীপুৰ খণ্ড বিষয়া কাৰ্য্যালয়ৰ বন কৰ্মীয়ে ৰঙা মাটি কঢ়িয়াই অনা তিনিখন ডাম্পাৰ জব্দ কৰে । পৰ্বতঝোৰাৰ দুখিসুখীৰ পৰা ৰঙামাটি কঢ়িয়াই অনাৰ সময়ত জব্দ কৰে দাম্পাৰ কেইখন।