ধুবুৰী ভাগ: চহৰত তিনিদিনীয়া কৰ্ম বিৰতিৰে NHM কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ
ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে ধুবুৰীতো গণতান্ত্রিক ভাবে এন এইচ এম (NHM) কৰ্মচাৰীৰ বিক্ষোভ প্ৰদৰ্শনীৰে অবিৰত ধৰ্ণা কাৰ্যসূচী কৰ্মবিৰতি ও অৱস্থান ধর্মঘট জিলা যুটিয়া স্বাস্থ্য সেৱা সঞ্চালক, এন.এইচ.এম, কার্যালয় চৌহদৰ সন্মুখত পালন কৰে জিলা খনৰ ৭০০ ৰো অধিক কৰ্মচাৰীয়ে।