Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Bihar
India
कांग्रेस
बीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Crime
शिक्षा
शराब
पेट्रोल
Up
दिल्ली
Breakingnews
महिला
Narendramodi
Madhya_pradesh
Mp
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
स्कूल

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত অনুষ্ঠিত হয় বিজেপি দলৰ যোগদান সভা,উপস্থিত থাকে ৰাজ্যিক মুখাপাত্ৰ মানস শৰণীয়া

Goreswar Part, Baksa | Aug 21, 2025
বৃহস্পতিবাৰে আবেলি ৫ মান বজাত গোৰেশ্বৰ মণ্ডল বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হয় বিজেপি দলৰ এখন যোগদান সভা।সমাগত বিটিআৰ নিৰ্বাচনকলৈ অনুষ্ঠিত হোৱা যোগদান সভাখনত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিকলোকে আনুষ্ঠানিকভাবে দলটোত যোগান কৰে।মণ্ডল বিজেপিৰ সভাপতি সমাৰেন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাখনত উপস্থিত থাকে দলটোৰ ৰাজ্যিক মুখাপাত্ৰ মানস শৰণীয়া আৰু পৰিষদীয় সমষ্টিটোৰ প্ৰভাৰী দিলিপ দাসে।

MORE NEWS

গোৰেশ্বৰ ভাগ: গোৰেশ্বৰত অনুষ্ঠিত হয় বিজেপি দলৰ যোগদান সভা,উপস্থিত থাকে ৰাজ্যিক মুখাপাত্ৰ মানস শৰণীয়া - Goreswar Part News