মৰিয়নি: পূব টীয়ক গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত কৃষক সভা , উপস্থিত বিধায়ক ৰূপজ্যোতি কুৰ্মী
Mariani, Jorhat | Sep 26, 2025 পূব টীয়ক গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত কৃষক সভা । উপস্থিত বিধায়ক ৰূপজ্যোতি কুৰ্মী । জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৌজন্যত অনুষ্ঠিত হয় উক্ত সভা । মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ উদ্যোগত পূব টীয়ক গাওঁ পঞ্চায়তৰ কাৰ্যালয়ত সভা খন অনুষ্ঠিত । উক্ত সভাতেই টীয়ক কৃষি চক্ৰৰ প্ৰগতিশীল কৃষকসকলক মাটিমাহ, ৰহৰমাহ, মাকৈ, কণী ধানৰ বীজ আৰু নেন' ইউৰিয়া সাৰ প্ৰদান ।