Public App Logo
Jansamasya
News
Bjp
National
Police
Bihar
कांग्रेस
मौत
भाजपा
विधायक
Congress
Modi
Delhi
Viral
Odisha
Rajasthan
अमित_शाह
दिल्ली
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Ipl
Rahulgandhi
Haryana
Uttarpradesh
Cricket
शादी
Crimenews
Kolkata

ছয়গাঁও: উভতাই পঠিয়ালে যৌথ সংগ্ৰাম সমিতিৰ কাৰ্য্যবাহী সদস্য আদিত্য ৰাভাই হিতাধিকাৰীলৈ অনা সামগ্ৰী ভৰ্ত্তি বাহন

Chhaygaon, Kamrup | Nov 28, 2025
উভতাই পঠিয়ালে যৌথ সংগ্ৰাম সমিতিৰ কাৰ্য্যবাহী সদস্য আদিত্য ৰাভাই হিতাধিকাৰীলৈ অনা সামগ্ৰী ভৰ্ত্তি বাহন । NDA-ৰ বিজয়ী প্ৰাৰ্থী অজিত ৰাভাৰ অজ্ঞাতে তেওঁৰ সমষ্টিৰ হিতাধিকাৰীক বিতৰণ কৰিব আহিছিল চাইকেল, পানী সিঁচা মেচিন, খেতিত ব্যৱহৃত সামগ্ৰী আদি ।