মানকাচৰ: হাটছিঙিমাৰীৰ জিলা চিকিৎসালয়ত ৰক্তদান শিবিৰত উপস্থিত হৈ মানকাচৰৰ বিধায়কৰ প্ৰতিক্ৰিয়া
বুধবাৰে দিনৰ আনুমানিক ২ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলা চিকিৎসালয়ত অনুষ্ঠিত হোৱা ৰক্তদান শিবিৰত উপস্থিত হৈ মানকাচৰৰ বিধায়ক অধিবক্তা আমিনুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উল্লেখ্য যে জিলিখনত পোন প্ৰথমবাৰৰ বাবে ৰক্ত দান শিৱিৰৰ আয়োজনক লৈ উৎফুল্লিত হোৱা পৰিলক্ষিত হয় বিধায়ক গৰাকীয়ে।