লংকাৰ জুঠাবস্তি প্ৰাথমিক বিদ্যালয়ত স্হানীয় ৰাইজৰ উপস্থিতিত বিদ্যালয়খনৰ ,১৬ জনীয়া এক পৰিচালনা সমিতি গঠন ।। পূৰ্বৰ বিদ্যালয়খনৰ প্ৰায় ১৪ বিঘা মাটি আত্মসাৎ , বিদ্যালয়খনৰ আন্তঃগাঁথনি, শিক্ষাৰ্থীৰ সমস্যা আদি বিভিন্ন বিষয় সন্দৰ্ভত আগন্তুক দিনত মাত মাতি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান নৱ নিৰ্বাচিত কমিটিৰ।।
Hojai, Hojai | Sep 16, 2026