ধুবুৰী ভাগ: পৰ্বতঝোৰাত বিজেপিৰ নিৰ্বাচনী সভা অনুষ্ঠিত
আজি বিটিআৰৰ অন্তৰ্গত ১ নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী বনেনদ্ৰ কুমাৰ মুছাহাৰীৰ হৈ বগৰীবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাঃ বিধায়ক অশ্বনী ৰায় সৰকাৰে। এইবাৰ বিটিআৰত আৰু পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী জয় হব বুলি দাবী নেতা গৰাকীৰ ।