থলুৱাৰ ভূমিৰ অধিকাৰৰ বাবে মাত মাতি গ্ৰেপ্তাৰ হোৱা প্ৰণৱ দলে, মাণিক কুটুম, অনন্ত নাগ আৰু আদিত্য চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবী বোকাখাতৰ জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহৰ। কাজিৰঙাৰ হাতীখুলিৰ ইংলেপথাৰত থলুৱা লোকৰ মাটিত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ সন্দৰ্ভত স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা, অখিল গগৈৰ ভূমিকাকো কঠোৰ সমালোচনা সোণেশ্বৰ নৰহৰ।
Assam, India | Jul 13, 2026