Public App Logo
Jansamasya
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Bareilly
Bcci
Agra
Breaking
Aimim
Railway
Bsf
Meerut
Raebareli
Rain
Kashmir
���ाकिस्तान
Trending
���िवाद
Bengal
���खिलेश
���ारतीय
���ोगी_आदित्यनाथ
Faridabad
Arvindkejriwal
Jajpur
���ोधपुर
Nagaur
No video available

সোণাৰি: দলবাগানৰ পানীজানত পথ দুর্ঘটনাত দ'লবাগান তিনিআলিৰ মুহিউদ্দিন আহমেদ নামৰ ব্যক্তিগৰাকীৰ পথচাৰীৰ কৰুণ মৃত্যু।

Sonari, Charaideo | Jun 5, 2024
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ অন্তর্গত দলবাগানৰ পানীজানত ভয়ংকৰ পথ দুর্ঘটনাত দ'লবাগান তিনিআলিৰ মুহিউদ্দিন আহমেদ নামৰ ব্যক্তিগৰাকীৰ মৃত্যু হয়। জানিব পৰা মতে AS 04 AE 41290 নম্বৰৰ এখন তীব্রবেগী বাইকে ধোদৰ আলিয়েদি খোজকাঢ়ি আহি থকা মুহিউদ্দিন আহমেদ নামৰ ব্যক্তিগৰাকীক পাচফালৰ পৰা খুন্দা মৰাৰ ফলত পথচাৰীৰ কৰুণ মৃত্যু। টেঙাপুখুৰী আৰক্ষীয়ে আটক কৰে বাইক চালকক ৷

MORE NEWS