সোণাৰি: চলাপথাৰত চলা ভিলেজ চেংচুৱেৰী কনজাৰ্ভেচন চচাইটি,মথুৰাপুৰ চচিয়েল ৱেলফেয়াৰ গ্ৰুপ আদি বহু অনুষ্ঠানৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন
চৰাইদেউ জিলাৰ মথুৰাপুৰ চলাপথাৰত আজি বিশ্ব পৰিৱেশ দিৱস পালন আজি বিশ্ব পৰিৱেশ দিৱস সমগ্ৰ বিশ্বৰ লগতে পালন কৰে Chal village sanctuary conservation society ৰ লগতে ইক' ক্লাব, চলা উচ্চ মাধ্যমিক বিদ্যালয়, মথুৰাপুৰ চ'ছিয়েল ৱেলফেয়াৰ গ্ৰুপ, আটছা মথুৰাপুৰৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালন কৰে। আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে চলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মথুৰাপুৰ সদৰ তিনিআলিৰ লৈকে এক চাইকেল ৰেলীৰে বিশ্বৰ মানুহক প্ৰকৃতি সুৰক্ষা সজাগতা সৃষ্টি কৰা লক্ষ্যৰে পালন কৰে এই পৰিৱেশ দিৱস।