সোণাৰি: বাঁহ বাৰী বিষ্ণু জ্যোতি নামঘৰত ভাগৱত পাঠ আৰু ব্যাখা অনুষ্ঠানত উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
চৰাইদেউ বাঁহ বাৰী বিষ্ণু জ্যোতি নামঘৰত ভাগৱত পাঠ আৰু ব্যাখা অনুষ্ঠানত উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। বিধায়কগৰাকী উপস্থিত হৈ সকলোৰে মংগল কামনা কৰি ভকতৰ আৰ্শীবাদ গ্ৰহণ কৰে। ভকত, বৈষ্ণৱ আৰু আই মাতৃ সকলৰ আৰ্শীবাদ গ্ৰহণ কৰি পৰম কৃতাৰ্থ লাভ কৰে বিধায়কগৰাকীয়ে ।