সোণাৰি: অসম নাগালেণ্ড সিমান্তৰ শান্তিপুৰত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চৰাইদেউ জিলা আবকাৰী বিভাগৰ অভিযানত ৩০০ লিটাৰ পাছ নষ্ট ৷
চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সিমান্তৱৰ্তী অঞ্চল শান্তিপুৰত চৰাইদেউ জিলা আবকাৰী বিভাগ অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় অভিযান কালত চৰাইদেউ জিলা আবকাৰী বিভাগে চুলাই মদৰ লগত ব্যৱহৃত পাছ ৩০০ লিটাৰ নষ্ট কৰিবলৈ সক্ষম ৷