ধুবুৰী ভাগ: বিন্যাছাৰাত ৰাইজৰ সৈতে মত বিনিময় যুৱ নেতা তথা কংগ্ৰেছৰ আশাবাদী প্ৰাৰ্থী কাজী মাহমাদুল হাছানৰ
সমাগত ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছৰ প্ৰতিগৰাকী আশাবাদী প্ৰাৰ্থীৰ লগতে ধুবুৰী সমষ্টিৰ বিভিন্ন অঞ্চলত নিজৰ প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে কংগ্ৰেছৰ যুৱ নেতা কাজী মাহমাদুল হাছানে। ধুবুৰী সমষ্টিৰ প্ৰতিটো অঞ্চলৰ লগতে ধুবুৰী সমষ্টিৰ বিন্যাছাৰা অঞ্চলত সমাগত ২০২৬’ৰ নিৰ্বাচন সন্দৰ্ভত মত বিনিময় কৰে ৰাজ্যিক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কাজী মাহমাদুল হাছানে ।