Public App Logo
Jansamasya
News
पुलिस
Maharashtra
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
यूपी
कानपुर
Pm
Uttarpradesh
Haryana

♦️সোণাৰিত ন্যায়িক কৰ্মচাৰীৰ কৰ্মবিৰতি; চৰকাৰৰ উদাসীনতাৰ বিৰুদ্ধে গৰজি উঠিল প্ৰ/তি/বা/দ/কাৰী। ​ ♦️প্ৰাপ্য অধিকাৰৰ দাবীত চৰাইদেউ জিলা আদালত প্ৰাংগন উ/ত্তা/ল: সৰ্বাত্মক কৰ্মবিৰতি পালন। ♦️‘আমাৰ দা/বী ন্যাৰ্য দা/বী’: সোণাৰিত ন্যায়িক কৰ্মচাৰী সন্থাৰ ধৰ্ণা কাৰ্যসূচী

Sonari, Charaideo | Jul 15, 2026

MORE NEWS

♦️​বানপীড়িতলৈ সকাহ: চৰাইদেউ জিলা প্ৰশাসনৰ ক্ষতিগ্ৰস্ত জৰীপ আৰম্ভ
​
♦️​বাসগৃহ হেৰুৱাইছে নাকি? জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰক, ক্ষতিগ্ৰস্তৰ জৰীপ আৰম্ভ চৰাইদেউত
​
♦️​বানৰ পাছত ক্ষতিপূৰণৰ প্ৰক্ৰিয়া তৎপৰ: চৰাইদেউ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ ঘোষণা

♦️​বানপীড়িতলৈ সকাহ: চৰাইদেউ জিলা প্ৰশাসনৰ ক্ষতিগ্ৰস্ত জৰীপ আৰম্ভ ​ ♦️​বাসগৃহ হেৰুৱাইছে নাকি? জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰক, ক্ষতিগ্ৰস্তৰ জৰীপ আৰম্ভ চৰাইদেউত ​ ♦️​বানৰ পাছত ক্ষতিপূৰণৰ প্ৰক্ৰিয়া তৎপৰ: চৰাইদেউ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ ঘোষণা

Sonari, Charaideo | Jul 27, 2026

♦️​জিলা প্ৰশাসন আৰু চৰকাৰৰ সাহাৰ্য: সোণাৰিৰ ৰাইজৰ ধন্যবাদ জ্ঞাপন
​
♦️​দুৰ্দিনত কাষত থিয় দিলে জিলা প্ৰশাসন: চৰকাৰ আৰু বিধায়কলৈ সোণাৰিৰ ৱাৰ্ডবাসীৰ অশেষ ধন্যবাদ

♦️​জিলা প্ৰশাসন আৰু চৰকাৰৰ সাহাৰ্য: সোণাৰিৰ ৰাইজৰ ধন্যবাদ জ্ঞাপন ​ ♦️​দুৰ্দিনত কাষত থিয় দিলে জিলা প্ৰশাসন: চৰকাৰ আৰু বিধায়কলৈ সোণাৰিৰ ৱাৰ্ডবাসীৰ অশেষ ধন্যবাদ

Sonari, Charaideo | Jul 27, 2026

♦️“মানৱতাৰ অনন্য নিদৰ্শন: সোণাৰিত বানপীড়িতৰ কাষত থিয় দিলে কেইজনমান সচেতন যুৱক, বিচনা চাদৰ আৰু আঠুৱা বিতৰণ”

♦️“বানে গৰকা সোণাৰিত আশাৰ পোহৰ: বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াই ৰাইজৰ হৃদয় জিকিলে স্থানীয় যুৱকে”
​
♦️“সংকটৰ সময়ত সোণাৰিৰ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ: বানপীড়িতক যোগালে মৰম আৰু সুৰক্ষাৰ প্ৰলেপ”

♦️“বিপদৰ দিনত সোণাৰিৰ ডেকা- ল’ৰাৰ উদাৰতা: বানাক্ৰান্ত অঞ্চলত সাহায্য সামগ্ৰী বিতৰণ”

♦️“মানৱতাৰ অনন্য নিদৰ্শন: সোণাৰিত বানপীড়িতৰ কাষত থিয় দিলে কেইজনমান সচেতন যুৱক, বিচনা চাদৰ আৰু আঠুৱা বিতৰণ” ♦️“বানে গৰকা সোণাৰিত আশাৰ পোহৰ: বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াই ৰাইজৰ হৃদয় জিকিলে স্থানীয় যুৱকে” ​ ♦️“সংকটৰ সময়ত সোণাৰিৰ যুৱকৰ প্ৰশংসনীয় পদক্ষেপ: বানপীড়িতক যোগালে মৰম আৰু সুৰক্ষাৰ প্ৰলেপ” ♦️“বিপদৰ দিনত সোণাৰিৰ ডেকা- ল’ৰাৰ উদাৰতা: বানাক্ৰান্ত অঞ্চলত সাহায্য সামগ্ৰী বিতৰণ”

Sonari, Charaideo | Jul 26, 2026

♦️​“অন্যৰ চকুলো মচা সংবাদ কৰ্মীৰ ঘৰত আজি বানৰ বিভীষিকা: সাংবাদিকৰ দুখৰ বুজ ল’ব কোনে?”

♦️​“কলম-মাইকেৰে ৰাইজৰ দুখ প্ৰকাশ কৰা হাতবোৰ আজি দিশহাৰা: চৰাইদেউত বানৰ কুপ্ৰকোপত উটি গ’ল সংবাদ কৰ্মীৰেই সপোন!”

♦️আমাৰ অসম কাকতৰ সংবাদ কৰ্মী মফিজুদ্দিন আহমেদৰ ঘৰখনৰ দৃশ্য। 

♦️পৰ্য্যায় ক্ৰমে আমি চৰাইদেউ জিলাৰ সকলো সংবাদ কৰ্মীৰ   এই ক্ষতি ৰাইজৰ ওচৰলৈ লৈ আহিব যত্ন কৰিম।

♦️​“অন্যৰ চকুলো মচা সংবাদ কৰ্মীৰ ঘৰত আজি বানৰ বিভীষিকা: সাংবাদিকৰ দুখৰ বুজ ল’ব কোনে?” ♦️​“কলম-মাইকেৰে ৰাইজৰ দুখ প্ৰকাশ কৰা হাতবোৰ আজি দিশহাৰা: চৰাইদেউত বানৰ কুপ্ৰকোপত উটি গ’ল সংবাদ কৰ্মীৰেই সপোন!” ♦️আমাৰ অসম কাকতৰ সংবাদ কৰ্মী মফিজুদ্দিন আহমেদৰ ঘৰখনৰ দৃশ্য। ♦️পৰ্য্যায় ক্ৰমে আমি চৰাইদেউ জিলাৰ সকলো সংবাদ কৰ্মীৰ এই ক্ষতি ৰাইজৰ ওচৰলৈ লৈ আহিব যত্ন কৰিম।

Sonari, Charaideo | Jul 26, 2026

♦️​ সোণাৰিৰ বানপীড়িতৰ কাষত অজাপ সভাপতি লুৰীণজ্যোতি গগৈ।
♦️​সোণাৰিৰ বানাক্ৰান্তৰ কাষত লুৰীণজ্যোতি গগৈ: সাহায্য বিতৰণৰ লগতে চৰকাৰলৈ উচিত ক্ষতিপূৰণৰ দাবী।
♦️​বান পৰিস্থিতিৰ মাজতে শিবিৰত উপস্থিত হৈ অজাপ সভাপতি— ক্ষিপ্ৰতাৰে প্ৰদান কৰক ক্ষতিপূৰণ

♦️​ সোণাৰিৰ বানপীড়িতৰ কাষত অজাপ সভাপতি লুৰীণজ্যোতি গগৈ। ♦️​সোণাৰিৰ বানাক্ৰান্তৰ কাষত লুৰীণজ্যোতি গগৈ: সাহায্য বিতৰণৰ লগতে চৰকাৰলৈ উচিত ক্ষতিপূৰণৰ দাবী। ♦️​বান পৰিস্থিতিৰ মাজতে শিবিৰত উপস্থিত হৈ অজাপ সভাপতি— ক্ষিপ্ৰতাৰে প্ৰদান কৰক ক্ষতিপূৰণ

Sonari, Charaideo | Jul 26, 2026