কমলপুৰ: কমলপু মিনি ষ্টেডিয়ামত
কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাত উপস্থিত বিধায়ক
কমলপু মিনি ষ্টেডিয়ামত কমলপুৰ জনপ্ৰিয় ক্লাবৰ উদ্যোগত দেওবাৰে বিয়লি প্ৰায় চাৰি বাজি ১০ মিনিটত অনুষ্ঠিত হোৱা ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেল উপভোগ কৰে বিধায়ক দিগন্ত কলিতাই ।৪ৰ্থ বাৰ্ষিক অনন্ত ৰাম দাস আৰু গণপতি মজুমদাৰ সোৱৰণী আৰু ধৰ্মেশ্বৰ ডেকা সোৱৰণী ৰানাৰ্চ আপ ট্ৰফী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ দেওবাৰে ফাইনেল খেলখন উপভোগ কৰে বিধায়ক দিগন্ত কলিতাই ।