ছয়গাঁও: আজিৰে পৰা সমজিলা হ'ল বকো-ছয়গাঁও সমষ্টি,বকো-ছয়গাওঁ সমজিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
আজিৰে পৰা সমজিলা হ'ল বকো-ছয়গাঁও সমষ্টি।সমজিলাৰ স্বীকৃতি লাভ কৰিলে বকো ছয়গাঁও সমষ্টিয়ে। মঙলবাৰে বকো-ছয়গাওঁ সমজিলা আয়ুক্তৰ কাৰ্যালয় উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আজিৰে পৰা কাৰ্য্যভাৰ গ্ৰহণ সমজিলা আয়ুক্ত প্ৰিয়াঞ্চু ভৰদ্বাৰছ আৰু আৰক্ষী অধীক্ষ সন্দীপন গাৰ্গৰ।