অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰৰ অভিলাসী আঁচনি 'অসম দৰ্শন'ৰ অধীনত আজি সেৰনগৰ গাঁও পঞ্চায়তৰ অন্তর্গত প্ৰসিদ্ধ শ্ৰী শ্ৰী মহাপ্ৰভূৰ ধামত নিৰ্মাণ হবলগীয় কামৰ শুভাৰম্ভ কৰে গোলকগঞ্জৰ প্ৰাঃ বিধায়ক অশ্বনী ৰায় সৰকাৰ।