মৰিয়নি: আটছাৰ ঊনবিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা স্থাপন মৰিয়নিত
আটছাৰ ঊনবিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা স্থাপন মৰিয়নিত । মৰিয়নিত ১৭,১৮ আৰু ১৯ অক্টোবৰ তাৰিখে তিনি দিনীয়াকৈ অনুষ্ঠিত হব আটছাৰ ঊনবিংশতিতম কেন্দ্ৰীয় অধিৱেশন । অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ ঊনবিংশতিতম কেন্দ্ৰীয় অধিৱেশনৰ লাই খুটা স্থাপন কৰা হয়। ১৭ অক্টোবৰৰ পৰা অনুষ্ঠিত হব লগীয়া অধিৱেশন খনিৰ মুকলি সভাত বিশিষ্ট অতিথি ৰূপে ৰাজ্যৰ মুখ্য মন্ত্ৰী ।