নলবাৰী জিলা বিজেপিৰ জয়ন্ত কুমাৰ বুজৰবৰুৱা নিৰ্দেশনা মৰ্মে বৃহস্পতিবাৰে বিয়লি প্ৰায় চাৰি মান বজাত নলবাৰী জিলা বিজেপিৰ আটাইকেইটা মৰ্চাৰ নৱ নিৰ্বাচিত সভাপতিসকলে নলবাৰী জিলাৰ আটাইকেইটা মণ্ডলৰ সভাপতিসকলৰ শুভাশীষ গ্ৰহণৰ উদ্দেশ্যে উপস্থিতিৰ প্ৰথম পৰ্যায়ত ক্ৰমে ঘগ্ৰাপাৰ, উত্তৰ নলবাৰী মণ্ডল, উত্তৰ-পূব বৰভাগ,পশ্চিম বৰভাগ আদাবাৰী,বাঁহজানী আৰু নলবাৰী টাউন মণ্ডলৰ সভাপতি সকলক সাক্ষাৎ কৰে। সাক্ষাৎকালত পাৰস্পৰিক শুভাশীষ বাৰ্তা আৰু সাংগঠনিক দিশৰ আলোচনা হয়। উক্ত কাৰ্যক্ৰমত নৱ নিৰ