Public App Logo
Jansamasya
News
पुलिस
बॉलीवुड
Bjp
National
Police
Bihar
India
कांग्रेस
Congress
Modi
Delhi
Viral
Rajasthan
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
अनिल
Cm
Pmmodi
Rahulgandhi
कानपुर
Pm
Uttarpradesh
Haryana
Lucknow
No video available

দক্ষিণ শালমাৰা: চিৰাকুটি অঞ্চলত প্ৰচণ্ড ধুমুহা-বৰষুণ, ঠায়ে ঠায়ে বিস্তৰ ক্ষতিসাধন

বুধবাৰে চিৰাকুটি অঞ্চলত প্ৰচণ্ড ধুমুহা,ঠায়ে ঠায়ে বিস্তৰ ক্ষতি। আজি চিৰাকুটি অঞ্চলত অঞ্চলত প্ৰচণ্ড ধুমুহা বৰষূণ হোৱাত ঠায়ে ঠায়ে বিস্তৰ ক্ষতি সাধন হয়। প্ৰচণ্ড ধুমুহাৰ ফলত বিভিন্ন প্ৰান্তত গছ বাগৰি পৰে ।লগতে ধাৰাষাৰ বৰষুণৰ ফলত কিছুমান অঞ্চলত মৰাপাট ৰ খেতি বিনষ্ট হয়।