মাৰ্ঘেৰিটা: ডিগবৈত শোধনাগাৰৰ কৰ্তৃপক্ষ ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ সংবাদমেল
ডিগবৈ শোধনাগাৰৰ কৰ্তৃপক্ষ ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলৰ সোমবাৰে সন্ধ্যা প্ৰায় ৭ বজালৈকে এক সংবাদমেল অনুষ্ঠিত কৰে। ভাৰতীয় তেল নিগম অসম সংমণ্ডলৰ কাৰ্যবাহী বিষয়া ৰাহুল প্ৰশান্ত, মহাপ্ৰৱন্ধক কাৰিকৰী ধনজিৎ বৈশ্য, মহাপ্ৰৱন্ধক মানৱসম্পদ অমল বুঢ়াগোহাঁই য়ে সম্বোধন কৰা সংবাদমেলত শোধনাগাৰটোৰ কাম কাজৰ খাতিয়ান দাঙি ধৰে।