Public App Logo
Jansamasya
Bjp
National
Bihar
���ीजेपी
Uttar_pradesh
Congress
Modi
Delhi
Viral
Jharkhand
���िल्ली
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Karnataka
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah

দলগাঁও ভাগ: কলাইগাঁও ভাগ: শ্যামপুৰত শ শ বিঘা জলকীয়া খেতি বৰষুণ ফলত নষ্ট, হাহাকাৰ ২ শতাধিক কৃষকৰ, নিৰ্বিকাৰ কৃষিবিভাগ #jansamasya

Dalgaon Part, Darrang | Jun 5, 2025
ৰাজ্যত যি নেৰানেপেৰা বৰষুণ, বৰষুণ আৰু বানপানী কৱলত শ শ বিঘা জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ পাচলি খেতি নষ্ট ।পচি নষ্ট হৈছে জলকীয়া খেতি। লাখ লাখ টকা লোকচান খাতি খোৱা কৃষকৰ । মুৰে কপালে হাত কৃষকৰ ।বিগত কেইবাদিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দৰঙতো অব্যাহত আছে ধাৰাষাৰ বৰষুণ । মুষলধাৰ বৰষুণৰ ফলত দৰঙৰ দলগাঁও সমষ্টিৰ শ্যামপুৰ খেৰণী চাপৰি বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ পাচলিৰ লগতে শ শ বিঘাত জলকীয়া খেতি নষ্ট হৈছে ।