Public App Logo
Profile Picture

মঙলদৈৰ খবৰ

@debabrat915
54285Followers
8Following
মঙলদৈ ভাগ: ভাৰতীয় জনতা পাৰ্টীৰ মঙলদৈস্থিত বিজেপিৰ কাৰ্য্যালয়ত বিজেপিৰ সামাজিক মাধ্যমৰ সাংগঠনিক সভা, উপস্থিত দৰং বিজেপিৰ সভাপতি
দলগাঁও ভাগ: বৰঝাৰৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত আৰম্ভ হৈছে গোষ্টমী আৰু  ৰাসমেলা উৎসৱ,অগনন‌  লোকৰ সমাগম
মঙলদৈ ভাগ: খাৰুপেটীয়া শৈলবালা হাইস্কুলত গছ কটা কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া, উপস্থিত বন‌ বিভাগৰ লোক
মঙলদৈ ভাগ: গীতিকাৰ,সুৰকাৰ,অসম সৌৰভ বঁটা প্ৰাপক হেমন্ত দত্তৰ পৰিয়ালৰ ভেবাঘাটত সংবাদমেল, হেমন্ত দত্ত গীতক লৈ সংবাদ মেল
ছিপাঝাৰ: ছিপাঝাৰৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সম জিলাৰ সন্মুখত ভয়ংকৰ পথ দূৰ্ঘটনা,দুজন থিতাতে নিহত
দলগাঁও ভাগ: বৰগৰা খুটি গাঁৱত বিভিন্ন সমস্যা ওপৰত মত বিনিময় অনুষ্ঠানত উপস্থিত বিধায়ক মজিবুৰ ৰহমান
মঙলদৈ ভাগ: মঙলদৈস্হিত দৰং জিলাৰ অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত অগপৰ চিন্তন বৈধক উপস্থিত প্ৰাক্তন মন্ত্ৰী তথা অগপৰ উপ সভাপতি
মঙলদৈ ভাগ: ছিপাঝাৰৰ  নিৰণচুবাত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ , উপস্থিত বন বিভাগৰ লোক
মঙলদৈ ভাগ: মঙলদৈত নিৰ্মাণ হোৱা অসম দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰি মঙলদৈত অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদ
ছিপাঝাৰ: দক্ষিণ চুবুৰীস্হিত সদ্য প্ৰয়াত মৃণাল নাথৰ বাসগৃহত উপস্থিত হয় শ্ৰুদ্ধাঞ্জলি জ্ঞাপন বিধায়ক পৰমানন্দ ৰাজবংশীৰ
ছিপাঝাৰ: ছিপাঝাৰ মহাবিদ্যালয়ত নিযুত মইনা আচনিৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত বিধায়ক পৰমানন্দ ৰাজবংশী
দলগাঁও ভাগ: কছাৰীভেটি টুপত এআইউইএফ ৰ যোগদান কাৰ্যসূচীত উপস্থিত বিধায়ক মজিবুৰ ৰহমান
মঙলদৈ ভাগ: মঙলদৈস্থিত জিলা পুথিভঁৰালত অসম ভিত্তিত অনুষ্ঠিত হোৱা যোগাসন চেম্পিয়নশ্বিপত উপস্থিত বিধায়ক বসন্ত দাস‌
মঙলদৈ ভাগ: মঙলদৈ নদীত পালন ষট পূজা,অগনন‌ লোকৰ সমাগম
দলগাঁও ভাগ: চিকণমাটিত আৰক্ষীৰ অভিযান,অভিযানত আটক দুজন নকল সোনৰ ব্যৱসায়ী
দলগাঁও ভাগ: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত দলগাঁৱৰ পৰা মঙলদৈলৈ কংগ্ৰেছৰ বাইক ৰেলী উপস্থিত বাইক ৰেলীত ৰকিবুল হুছেইন
ছিপাঝাৰ: জয়পুৰ‌স্হিত হৰি মন্দিৰত অনুষ্ঠিত হোৱা কাতি মহীয়া আধ্যাত্মিক অনুষ্ঠানত উপস্থিত বিধায়ক পৰমানন্দ ৰাজবংশী
দলগাঁও ভাগ: বুঢ়ীগাওঁ স্থিত JK Tyre ৰ ডিলাৰৰ সন্মুখত পথ দুৰ্ঘটনা  সংঘটিত হয় ,চাৰিজন আহত
মঙলদৈ ভাগ: বেজপাৰাৰ ভড়ালীচুৱা ৰাজহুৱা খেল পথাৰত শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
ছিপাঝাৰ: ছিপাঝাৰৰ মহলীয়াপাৰাত অসম মালা পথত দুৰ্ঘটনা,শিল কঢ়িউৱা ডাম্পাৰৰ খুন্দাত নিহত এজন যুৱক
ছিপাঝাৰ: কালজুৰি গাওঁত অনুষ্ঠিত হোৱা অখণ্ড ভাগৱত পাঠত উপস্থিত বিধায়ক পৰমানন্দ ৰাজবংশী
ছিপাঝাৰ: কদমতলীস্থিত অটল বিহাৰী বাজপেয়ী ভবনত শিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি আৰু মন কি বাত অনুষ্ঠানৰ ওপৰত সভা, উপস্থিত বিধায়ক
দলগাঁও ভাগ: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আটক,আটকধীন চোৰাং চিকাৰী জন হাছেন আলি
মঙলদৈ ভাগ: মঙলদৈ ড্ৰিম চিনেমা হলত ছয়তাকৈ দৰ্শনী প্ৰদৰ্শন কৰিব ৰৈ ৰৈ বিনালে, মঙলদৈত এই কথা সদৰি হলৰ স্বতাধিকাৰীৰ
ছিপাঝাৰ: পশ্চিম দৰং প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ উদ্যোগত অনুষ্ঠিত সভাত প্ৰতিবন্ধীলোক সকলৰ  মত বিনিময়কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে