ধুবুৰী ভাগ: গৌৰীপুৰ বাণীয়ামাৰীত নৃশংস হত্যাকাণ্ডৰ ছিন ৰিক্ৰিয়েট
দেওৰেকৰ চুৰীৰ আঘাতত মৃত্যু হৈছিল বৌয়েকৰ। হত্যা হোৱা মহিলা গৰাকীৰ নাম ছামিৰণ নেছা। হত্যাকাৰী জনৰ নাম ফৰিজ উদ্দীন। বৌয়েকক চুৰীৰে কেনেদৰে আঘাত কৰি হত্যা কৰিছিল তাৰ দৃশ্য ম্যাজিষ্ট্ৰেটৰ আগত দেখাই দিলে হত্যাকাৰী ফৰিজ উদ্দীনে।