দিছপুৰ: অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত বেলতলাত সংবাদ মেল আঙুৰলতা ডেকা
অসম ৰাজ্যিক মহিলা আয়োগৰ উদ্যোগত বেলতলাত সংবাদ মেল আঙুৰলতা ডেকা। অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত ''বিশ্বাস যাত্ৰা'' ।মহিলা আয়োগৰ উদ্যোগত অহা ১২ নবেম্বৰত অনুষ্ঠিত হব বাইক ৰেলি। গুৱাহাটীৰ পৰা নগাঁৱৰ মৰিগাঁও , কাজিৰঙা , গোলাঘাট আৰু যোৰহাটলৈ হব বাইক ৰেলি ।