সাপেখাতী: নাহৰপুখুৰী-সৰুপথাৰ ৰাইজৰ উদ্যোগত বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তি লাভ ভাওনা মঞ্চস্থ
শুক্ৰবাৰে নিশা ১০-৩০বজাত নাহৰপুখুৰী-সৰুপথাৰ ৰাইজৰ উদ্যোগত নাহৰপুখুৰী-সৰুপথাৰ নামগৃহৰ প্ৰাঙ্গণত মঞ্চস্থ হোৱা "বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তি লাভ" নাট খন আজি সফলভাবে মঞ্চস্থ হয়। গাঁৱৰ যুৱক-যুৱতীসকলে কৰা ভাওনা খনৰ অধিকাংশ অভিনেতা-অভিনেত্ৰীৰ অভিনয় উন্নত মানৰ আছিল । আনহাতে, ভাওনা চাবলৈ ভিৰ স্থানীয়ৰ ।